skip to Main Content

মৰিগাঁওত আটক জেহাদীৰ লিংকমেন

মৈৰাবাৰীৰ পাছত এইবাৰ মৰিগাঁওত আটক জেহাদীৰ লিংকমেন। কম্পিউটাৰ দোকান খুলি অব্যাহত ৰাখিছিল জেহাদীৰ কাৰ্যকলাপ। আটক কৰা ব্যক্তিজনৰ নাম আফছাৰুদ্দিন।

Read More

গণেশগুৰিত উদ্ধাৰ হৈছে মৃতদেহ

গণেশগুৰিত উদ্ধাৰ হৈছে অচিনাক্ত ব্যক্তিৰ মৃতদেহ। গণেশমন্দিৰৰ সমীপত উদ্ধাৰ মৃতদেহটো। ব্যক্তিজনৰ বয়স৪০ উৰ্দ্ধৰ হ'ব বুলি অনুমান কৰা হৈছে। বৰ্তমানলৈকে কোনো পৰিচয় লাভ কৰা নাই মৃত লোকজনৰ। ঘটনাস্থলীত উপস্থিত হৈ দিছপুৰ আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰাম্ভ কৰিছে।

Read More

তীব্ৰ বেগী ৰেলৰ আগত পৰি আত্মহত্যা নুনমাটিৰ এগৰাকী বোৱাৰীৰ

গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। নুনমাটিত ডেৰ বছৰীয়া সন্তানক এৰি থৈ ৰেলৰ আগত জঁপিয়াই আত্মহত্যা এগৰাকী মাতৃৰ। মৃত বোৱাৰী গৰাকীৰ নাম ভণিতা কলিতা। ঘটনা স্থলীত ৰেল আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে মৃত দেহ। মৃত দেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে…

Read More

বহিঃ ৰাজ্যত মৃত্যু গুৱাহাটীৰ যুৱক

বহিঃ ৰাজ্যত মৃত্যু গুৱাহাটীৰ যুৱক। গুৱাহাটীৰ পৰা কেৰেলালৈ কাম বিচাৰি গৈছিল যুৱক জন। মৃত যুৱক জনৰ নাম হৈছে নমল ৰাজবংশী। ৰাজা আৰু অৰ্জুন দুই যুৱকৰ লগত গৈছিল মৃত নমল ৰাজবংশী। দুই বন্ধুৰ বিৰুদ্ধে হত্যাৰ অভিযোগৰ পৰিয়ালৰ লোকৰ। মৃত যুৱক জনৰ…

Read More

গুলীয়াই হত্যা পাঞ্জাৱী কণ্ঠশিল্পী সিদ্ধু মুজেৱালক

গুলীয়াই হত্যা পাঞ্জাৱী কণ্ঠশিল্পী সিদ্ধু মুজেৱালক।নিৰাপত্তা প্ৰত্যাহাৰৰ এটা দিনৰ পিছতেই হত্যা কৰা হ'ল কণ্ঠশিল্পী গৰাকীক।নিৰ্বাচনত কণ্ঠশিল্পী গৰাকীয়ে কংগ্ৰেছৰ হৈ যুজ দিয়াৰ লগতে ৰেপ গানেৰে সকলোৰে মাজত জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল কণ্ঠশিল্পী গৰাকী।

Read More

খানাপাৰাত উদ্ধাৰ এটি শিশুৰ মৃতদেহ

মানৱ সমাজক লজ্জাজনক কৰা এক ঘটনা সংঘটিত হৈছে খানাপাৰাস্হিত পশু চিকিৎসা মহাবিদ্যালয় চৌহদত।তাত উদ্ধাৰ এটি কণ্যা শিশুৰ মৃতদেহ।কোনো লোকে পেলাই থৈ যোৱাৰ সন্দেহ স্হানীয় ৰাইজৰ।ঘটনা স্হলীত দিছপুৰ আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।

Read More

মহানগৰীত চাঞ্চল্যকৰ ঘটনা। হাতীগাঁৱৰ পৰা অপহৰণ দুটিকৈ শিশু

মহানগৰীত সংঘটিত হৈছে চাঞ্চল্যকৰ অপহৰণ কাণ্ড।হাতীগাঁৱৰ পৰা অপহৰণ দুটিকৈ শিশুক।শিশু দুটি হৈছে ১৩ বছৰীয়া ইছমাইৰা নাচিম আৰু ৪ বছৰীয়া আটিফ নাচিম।সিজুবাৰীৰ ১১ নং বাসগৃহৰ পৰা অপহৰণ শিশু দুটিক।মাক দেউতাকৰ অগ্যাতে নিজা বাসগৃহৰ পৰাই অপহৰণ শিশু দুটিক।

Read More

আজি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এক সংবাদ মেল অনুষ্ঠিত হয়

আজি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এক সংবাদ মেল অনুষ্ঠিত গান্ধীবস্তিস্হিত তেওঁলোকৰ মুখ্য কাৰ্যালয়ত।ৰাজ্যত জল জীৱন আঁচনিত ব্যাপক কেলেংকাৰীৰ অভিযোগ তুলিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।প্ৰতিটো পৰিয়ালক বিশুদ্ধ খোৱাপানী যোগানৰ ব্যৱস্থাৰ নামত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অনিয়ম কৰাৰ অভিযোগ তুলি ধিক্কাৰ জনাইছে…

Read More
Back To Top